Awareness Message on Floods and COVID-19, Mofarjul Sorkar, DDMA, Dhubri


Download Audio

Source/Reference :- Oxfam India

Date : 09/07/2021


নমস্কাৰ, মই জিল্লা দুৰ্যোগ ব্যৱস্থাপনাৰ ধুবুৰী জিল্লা প্ৰকল্প বিষযাযে কৈছোঁ, সকলো ৰাইজকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সকলোৱে আমাৰ সেই কবিদ পাণ্ডামিক চিটুএছন যিটো বৰ্তমান চলি আছে এই সময় সকলোৱে যাতে ভেকচিনটো লয় আৰু ভেকচিনেচনৰ লগতে আমাৰ এতিয়া যিহেতু বানপানীৰ সময় হয় এই বানপানীৰ সময়ত আমাৰ গোটেই অসমৰ লগতে আমাৰ ধুবৰী জিল্লা, কোকৰাঝাৰ, বঙাইগাঁও, গোটেইখিনি এলেকাত আমাৰ বান বৃত্ত অঞ্চল হয় গতিকে মই সমূহ ৰাইজকে অনুৰোধ জনাইছোঁ এওঁলোকে যাতে নিজৰ লৰা ছোৱালিখিনিক অলপ ভালকে ৰাখে কাৰণ এইটো সময়ত আমাৰ বানপানীত বহুত মৃত্যুৰ হাৰটো বেছিকৈ দেখা দিয়ে আৰু আপোনালোকে যিহেতু কবিদ পাণ্ডামিক সিটোৱেশ্যন চলি আছে যদি ৰেলিফ কেম্পত যাবলগা হয় তেন্তে আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখিব , সদায় মাছকটো ৰাখিব আৰু ভকচিনাচনটো আপোনালোকে সকলোৱে লব যাতে আমি সেই পাণ্ডামিকৰ লগতে আমাৰ বানপানীৰ সময়ত যাতে আৰু বেলেক ধৰণৰ বেমাৰ আজাৰ দেখা নিদিয়ে সেই কাৰণে সকলোৱে ভালে থকাটো আমি জিল্লা প্ৰশাসনৰ পৰা বিচাৰিছোঁ আৰু সকলোকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সকলোৱে ভকচিনাচনটো লয় আৰু আমি সুকলমে থাকোঁ, ধন্যবাদ।
মই জিল্লা প্ৰকল্প বিষয়াই কৈছো, মোৰ নাম মুফাৰজুল চৰকাৰ, ধুবৰী।


 Share