মই ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ ASRLM ধুবৰী ফালৰ ৰা কৈছোঁ , আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত আমি ইয়াতে আত্ম সহায়ক গোট বিলাক আৰু ইয়াৰ ফেডাৰাচনৰ ওপৰত কাম কাজ বিলাক কৰা হয়। ইয়াৰ বেনফিচিয়াৰী বিলাক চেলেক্ট হওঁতে প্ৰথমতে SHG ডাটা মতে আমি বেনেফিচিঞৰি বিলাক চেলেক্ট কৰা যায় আৰু তেনেকৈ প্ৰথমতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফলদত আহে ৰেজিষ্ট্ৰেচনৰ জৰিয়তে ৰেজিষ্ট্ৰেচন আৰু সেইটো যদি sustain কৰে তিন মাহ হলে তিন মাহৰ পিছত ইহঁতে এটা আৰ্থিক গ্ৰাণ্ট এটা পাই অসম চৰকাৰৰ পৰা সেইটো আমি ৰেভলভিং ফান্দ বা কনকলতা মহিলা সৱলীকৰণ আঁচনি বুলি কওঁ। তাৰ অধীনত পোন্ধৰ হাজাৰ টকা পাব আৰু যদি কেম্পৰ অধীনত হয় পচিছ হাজাৰ টকা এটা পাব সেইটো আত্ম সহায়ক গোট বিলাকে যদি ইয়াৰ পঞ্চসূত্ৰ যিটো আছে পাঁচটা সূত্ৰ মানি চলিব লাগে সেই সূত্ৰে মানি চলা পিছত সেই আৰ্থিক সাহায্য এটা আৰু সেই সাহায্যটু পোৱাৰ পিছত যদি গোটটোৱে sustain কৰি থাকে তেতিয়াহলে ছয় মাহৰ পিছত আমাৰ এটা গ্ৰামিঅমাণ পুঁজি এটা থাকে সেইটো আমি কমুনিটি ইনভেষ্টমেণ্ট ফান্দ অৰ্থাৎ CIF বুলি কওঁ তাৰ অধীনত যিবিলাক আত্মসহায়ক গোটে তাৰ ওপৰত গৈ গাঁও organisation অৰ্থাৎ গ্ৰাম্য সংগঠনত যদি সোমাই সোমোৱাৰ পিছত তাৰ অধীনত সিহঁতে পঞ্চাশ হাজাৰকে এটা financial aid পাই সেইটো refundable হয়। আৰু এইটো ফান্দ আমি গ্ৰামিঅমাণ পুঁজি বুলি কওঁ। আত্ম সহায়ক গোট বিলাকে সেইটো বিভিন্ন livelihood একটিভিটি যিবিলাক সিহঁতে চইছে কৰি লয় নিজৰ নিজৰ অঞ্চলৰ অধীনত যাৰ যিটো আছে তেওঁলোকে agriculture sector বিলাকত ব্যৱহাৰ কৰিব পাৰে বা ফিছ ফার্মিঙত ব্যৱহাৰ কৰিব পাৰে বা বিভিন্ন grocery বা মহিলা মানুহবিলাকে তেইলৰিঙত ব্যৱহাৰ কৰিব পাৰে সেই ফাণ্ডটো ব্যৱহাৰ কৰাৰ পিছত গোট বিলাকে বিভিন্ন নথিপত্ৰ বা ইয়াৰ যিকোনো অফিচ bearer আছে অফিচ bearer খিনিয়ে যদি নথি পত্ৰ বিলাক ঠিক মতে ৰাখে আমাৰ বেংকৰ লগত এটা ক্ৰেডিট লিংকজ থাকে সেই ক্ৰেডিট লিংকেজত আমাৰ নিয়মটো হৈছে যে document বিলাক অনলাইন আপডেট কৰি দিয়া যায় আৰু সেই বেংক যিবিলাক মানে নিৰ্দিষ্ট বা concerned বেংক বিলাকে অনলাইন report বিলাক চাই তেওঁলোকক লোণ বিলাক sanction কৰি দিয়ে। লোণ বিলাক পাঁচটা dose অত থাকে এক লাখ , দুই লাখ, তিন লাখ, চাৰি লাখ আৰু পাছ লাখ। সেই rules বিলাকৰ মতে এক লাখ টকা লয় সিহঁতে livelihood activity বিলাকক কাম কাজ কৰিব পাৰে আৰু গোট বিলাকৰ যিবিলাক সভানেত্ৰী আৰু সম্পাদিকা থাকে তেওঁৰ লগতে বাকী যিবিলাক মেম্বাৰ আছে সেই মেম্বাৰ বিলাকে সেই লোণৰ পইচাখিনি নিৰ্দিষ্ট কাম কাজত ব্যৱহাৰ কৰিব পাৰে আৰু হেনেকে গোট বিলাকে sustain কৰি থাকিলে আমাৰ আৰু বিভিন্ন ধৰণৰ relative scheme বিলাকত হয়তো বিভিন্ন ধৰণৰ লাভবান হয় থাকে। আমাৰ ইয়াৰ লগতে বিভিন্ন vertical ত কাম কাজ চলে, আমাৰ VDO GKAY আছে গোট বিলাকে যিখিনি মহিলা মানুহ বিলাকৰ লৰা ছোৱালী আছে সেই বিভিন্ন drop out ষ্টুডেন্ট বিলাকক আমাৰ ট্ৰনিঙৰ জৰিয়তে প্লেচমেণ্ট দিয়া হয় তাৰ অধীনত বিভিন্ন কোম্পানী বা চৰকাৰী organisation বিলাকত সিহঁতক engage কৰি দিয়া হয়।
ধন্যবাদ।
মোৰ নাম্ Ashif Ahmed, district project manager অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান, ধুবুৰী