নমস্কাৰ, মই SDO, সদৰ ধুবুৰী, মোৰ নাম দৰচনা চেতিয়া।
আমি দেখিব পাইছোঁ যে কবিদ 19 ৰ যিটো বৰ্তমান মহামাৰী চলি আছে যাৰ পৰা বাচিবলৈ ৰাইজে ভেকচিন লবই লাগিবই। মই নিজে দুটা dose ভেকচিন ভেকচিন লৈছোঁ আৰু ভকচিনে লয উঠি মই এলেক্সনৰ কামও কৰিছোঁ , মোৰ কোনো ধৰণৰ স্বাস্থ্যৰ একো অৱনটিও ঘটা নাই, infact মই ধুনীয়াকৈ কাম কৰি গৈ আছোঁ। গতিকে মই এতিয়া কম যিহেতু কবিদৰ পৰা বাসিবৰ কাৰণে ৰাইজে ভেকচিন লোৱাটো খুবই জৰুৰি আৰু দ্বিতীয়তে ৰাইজে সামাজিক দূৰত্বৰ নিয়ম পালন কৰিব লাগিব লগতে যিখিনি senitizer ব্যৱহাৰ কৰা তথা mask পিন্ধা খুবেই জৰুৰী যাতে আমি কবিদ 19 ৰ পৰা বাচিব পাৰো। ধন্যবাদ।